পুৰীত ফেনীয়ে লৈছে ভয়ংকৰ ৰূপ।২০০ কিঃমিঃ বেগত বলিছে বতাহ।বতাহৰ লগতে আহিছে ধাৰাসাৰ বৰষুণ।.বিভিন্ন স্থানত বিস্তৰ ক্ষয়ক্ষতি হৈছে এই বতাহ-বৰষুণত।পুৰী চহৰ জনশূন্য হৈ পৰিছে।প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ঘৰতে সোমাই আছে পুৰীবাসী।