- কৰ্ণাটকৰ বানত গৃহহাৰা হোৱাসকলক ৫ লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী বিএছ য়েদেয়ুৰাপ্পাৰ।
- বানাক্ৰান্ত সকলক প্ৰদান কৰা হ'ব ১০ হাজাৰ টকাকৈ জৰুৰীকালীন সাহায্য।
- ৰাজ্যখনত ৩০০টা ঘৰ বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা বুলি প্ৰকাশ মুখ্যমন্ত্ৰীৰ।
- ৫খন দলং ক্ষতিগ্ৰস্ত হৈছে বানত।
- উল্লেখ্য যে, কৰ্ণাটকৰ বানত এতিয়ালৈকে ৪০ জন লোক নিহত হৈছে।
- এতিয়াও সন্ধান লাভ কৰা নাই ১৪ জন লোকৰ।
- ৰাজ্যখনৰ ১৭ খন জিলাৰ ২০২৮ খন গাঁৱেই কবলত পৰিছে বানৰ।