জম্মু-কাশ্মীৰৰ ৰাজৌৰী ছেক্টৰত অব্যাহত আছে পাকিস্তান সেনাৰ গুলীবৰ্ষণ।ভাৰতীয় সেনা বাহিনীও পাক সেনাক দিছে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।পাক সেনাৰ গুলীবৰ্ষণত নিহত এজন ভাৰতীয় সেনা জোৱান।নিহত সেনা জোৱানৰ নাম সন্দীপ থাপা।