মুখ্য-পৃষ্ঠা

প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই সহ লখিমপুৰত ৪৯জন কংগ্ৰেছীক দলৰ পৰা বহিষ্কাৰ…

asomiyapratidin
  • নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছতে কঠোৰ সিদ্ধান্ত কংগ্ৰেছ নেতৃত্বৰ।
  • লখিমপুৰত ৪৯ জন কংগ্ৰেছীক দলৰ পৰা বহিষ্কাৰ ৷
  • বহিষ্কাৰ কৰা হৈছে প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইকো।
  • ৬ বছৰলৈ বহিষ্কাৰ কৰা হৈছে ৷
  • দল বিৰোধী কাৰ্যকালাপত জড়িত থকাৰ অভিযোগত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷