- প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল।
- 'অসম চুক্তি সন্দৰ্ভত তৰুণ গগৈয়ে দিয়া তথ্যৰ সত্যতা নাই৷'
- '৮৫৫জন শ্বহীদক কংগ্ৰেছে হত্যা কৰিছিল৷'
- 'অগণতান্ত্ৰিক চৰকাৰ চলাইছিল কংগ্ৰেছে৷ সংবাদমেলত এই মন্তব্য প্ৰফুল্ল কুমাৰ মহন্তৰ।
- 'যদি তৰুণ গগৈৰ হাতত সত্যতাৰ প্ৰমাণ আছে দাঙি ধৰক৷'
- 'কংগ্ৰেছে অসম আন্দোলন সমাপ্ত কৰিবলৈ বিচৰা নাছিল৷'
- 'কংগ্ৰেছ আৰু বিভিন্ন ৰাজনৈতিক দলৰ বাবেই ১৯৭১ চন ভিত্তিবৰ্ষ কৰা হ'ল৷'
- ইন্দিৰা গান্ধীয়েও ভিত্তিবৰ্ষ ১৯৭১ চন কৰাৰ বাবে হেঁচা দিছিল বুলিও মন্তব্য কৰিলে প্ৰফুল্ল কুমাৰ মহন্তই।