মুখ্য-পৃষ্ঠা

মাজত কেইটামান ঘন্টাঃ আজিৰে পৰা ইউৰো কাপ…

asomiyapratidin
  • কোৰোনাক অতিক্ৰমি অনুষ্ঠিত হ'বলৈ গৈ আছে ইউৰোপৰ বিশ্বকাপ সদৃশ ফুটবলৰ মহাৰণ ইউৰো কাপ।
  • কিছু সময় পিছতে নিশা ১২.৩০ বজাত (ভাৰতীয় সময় মতে) অনুষ্ঠিত হ'ব গ্ৰুপ 'এ'ৰ ইটালী আৰু তুৰস্কৰ মাজত এই খেল।
  • ইটালী–তুৰস্কৰ লগতে এই ইউৰো কাপৰ যুঁজত থাকিব শীৰ্ষস্থানীয় জাৰ্মানী, ফ্ৰান্স, পৰ্তুগাল, ছুইজাৰলেন্ড, স্পেইন, পোলেন্ড, ইউক্ৰেইন, ছুইডেন, নেডাৰলেন্ড, ৰাছিয়া, ইংলেণ্ড, ক্ৰোৱেছিয়া, হাংগেৰী, বেলজিয়াম আৰু ডেনমাৰ্কৰ উপৰি আন ৭খন দেশ।