মঙলবাৰে নিৰ্বাচনী আয়োগ আৰু ছ'চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ বৈঠক।ছ'চিয়েল মিডিয়াৰ বিভিন্ন বিষয়ক লৈ অনুষ্ঠিত হ'ব এই বৈঠক।বিশেষকৈ নিৰ্বাচনৰ আচৰণ বিধি সন্দৰ্ভত হ'ব এই বৈঠক।লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰক লৈ এই গুৰুত্বপূৰ্ণ বৈঠক।