মুখ্য-পৃষ্ঠা

মানী লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ কৰা কংগ্ৰেছ নেতা শিৱকুমাৰক ১৪ দিনৰ জিম্মাত বিচাৰি ইডিৰ বিশেষ আদালতত আবেদন

asomiyapratidin
  • কৰ্ণাটকৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰক বিশেষ আদালতত হাজিৰ ইডিৰ।
  • মঙলবাৰে মানী লণ্ডাৰিং গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছ নেতাজনক।
  • আদালতত শিৱকুমাৰক ১৪ দিনৰ জিম্মাত বিচাৰিছে ইডিয়ে।
  • বিশেষ আদালতত শিৱকুমাৰৰ হৈ ওকালতি কৰিছে জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে।
  • ইফালে ডি কে শিৱকুমাৰৰ গ্ৰেপ্তাৰক লৈ কৰ্ণাটকৰ লগতে দেশৰ অন্য প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে।
  • বাংগালুৰত কংগ্ৰেছ সমৰ্থকে সাব্যস্ত কৰিছে উগ্ৰ প্ৰতিবাদ।
  • কেইবাখনো বাহনৰ ক্ষতিসাধন কৰাৰ লগতে এখন পৰিবহণ নিগমৰ বাছো জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে।