মুখ্য-পৃষ্ঠা

২০২০চনত কিমানটা ভূমিকম্পই জোঁকাৰি গৈছে ভাৰতক…

asomiyapratidin

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ১ মাৰ্চৰ পৰা ৮ ছেপ্তেম্বৰ পৰ্যন্ত ভাৰতক জোকাৰি গৈছে ৪১৩টাকৈ ভূমিকম্পই। এই তথ্য শেহতীয়াকৈ সদৰি কৰিলে Ministry of Earth Sciencesয়ে। মন্ত্ৰণালয়ে লগতে সদৰি কৰিছে যে, এই ৪১৩টা ভূমিকম্পৰ ভিতৰত ১৩৫টা ভূমিকম্পৰ প্ৰাৱল্য ৩.০কৈও কম। বাকী ১৫৩টা ভূমিকম্পৰ প্ৰাৱল্য আছিল ৩.০ৰ পৰা ৩.৯ৰ ভিতৰত। এই ভূমিকম্পত কোনো লোক হতাহত নোহোৱাৰ কথাও সদৰি কৰিছে মন্ত্ৰণালয়ে।