মুখ্য-পৃষ্ঠা

পুৱা ৭ বাজি ২ মিনিটত মৃদু ভুমিকম্পই জোকাৰি গ’ল…

asomiyapratidin
  • পুৱাই পশ্চিম বংগত মৃদু ভুমিকম্পৰ জোকাৰণি।
  • পুৱা ৭ বাজি ২ মিনিটত এই জোকােৰণি।
  • পশ্চিম বংগৰ খাড়ী অঞ্চলত এই ভুমিকম্প ।
  • ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য ৫.১।
  • বৰ্তমানৰলৈকে কোনো লোক হতাহতিৰ খবৰ অহা নাই।