মুখ্য-পৃষ্ঠা

পুৱাই ভূমিকম্পই জোঁকাৰি গ’ল মিজোৰাম…

asomiyapratidin
  • দেওবাৰে পুৱা ৭.২৯বজাতে ভূমিকম্পই জোকাৰি গল মিজোৰাম।
  • মিজোৰামৰ চাম্ফাইত এই ভূমিকম্পৰ জোকাঁৰণি।
  • ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৪.৬
  • কোনো লোক হতাহতি হোৱা নাই এই ভূমিকম্পত।