মুখ্য-পৃষ্ঠা

ভূমিকম্পই জোকাৰি গ’ল…

asomiyapratidin
  • ভূমিকম্পই জোকাৰি গ'ল নিকোবৰ দ্বীপপুঞ্জ।
  • পুৱা ৯.৩৪ বজাত অনুভূত হয় জোকাৰণি।
  • ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য ৪.৭।
  • এই পৰ্যন্ত লাভ কৰা নাই ক্ষয়-ক্ষতিৰ খবৰ।