মুখ্য-পৃষ্ঠা

শনিবাৰে পুৱাই ভূমিকম্পই জোকাঁৰি গ’ল মহাৰাষ্ট্ৰক..

asomiyapratidin
  • শনিবাৰে পুৱাই ভূমিকম্পই জোকাঁৰি গ'ল মহাৰাষ্ট্ৰক।
  • পুৱা ৫ বাজি ২২ মিনিটত মহাৰাষ্ট্ৰৰ পালঘৰত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
  • ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৪.৮।
  • কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।