মুখ্য-পৃষ্ঠা

ভূমিকম্পই জোকাৰি গ’ল…

asomiyapratidin
  • উত্তৰাখণ্ডৰ চামোলীত ভূমিকম্পৰ জোকাৰণি।
  • সন্ধিয়াৰ ভাগত অনুভূত হয় কম্পণ।
  • ৰিখটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি আছিল ৪.৪।
  • এতিয়াও কোনো হতাহত কিম্বা ক্ষয়-ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।