মুখ্য-পৃষ্ঠা

কৰিমগঞ্জৰ বদৰপুৰত বুজন পৰিমাণৰ ড্রাগছ জব্দ

Asomiya Pratidin
  • কৰিমগঞ্জৰ বদৰপুৰত বুজন পৰিমাণৰ ড্রাগছ জব্দ

  • ৬০ কোটি টকা মূল্যৰ নিচাযুক্ত টেবলেট জব্দ আৰক্ষীৰ

  • কৰিমগঞ্জৰ নিশ্চিতপুৰ গাঁৱত জব্দ কৰে টেবলেটখিনি

  • এখন অল্ট’ বাহনৰ পৰা উদ্ধাৰ নিচাজাতীয় টেবলেটখিনি

  • আটক জামালউদ্দিন নামৰ এটা ড্রাগছ সৰবৰাহকাৰী

  • কৰিমগঞ্জৰ বদৰপুৰত বুজন পৰিমাণৰ ড্রাগছ জব্দ