মুখ্য-পৃষ্ঠা

মহাৰাষ্ট্ৰৰ দোংৰিত অট্টালিকা খহি পৰি নিহতৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি…

asomiyapratidin
  • মহাৰাষ্ট্ৰৰ দোংৰিত অট্টালিকা খহি পৰি নিহতৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি।
  • আহত ৯ জনক উদ্ধাৰ কৰা হৈছে এই মূহূৰ্তলৈকে।
  • এছডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • মঙলবাৰে দোংৰিৰ কেশৰবাৰীত সংঘটিত হৈছিল এই দুৰ্ঘটনা।
  • ধাৰাসাৰ বৰষুণৰ বাবে ভাগি পৰিছিল এটা অট্টালিকা।