- পশ্চিম বংগ বিজেপিৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত দিলীপ ঘোষ।
- বৃহস্পতিবাৰে তেওঁক পুনৰ এবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰূপে নিৰ্বাচন কৰে দলে।
- ২০২০-২০২৩ চনলৈ তেওঁ থাকিব পশ্চিম বংগ ৰাজ্যিক বিজেপিৰ সভাপতি পদত।
- ইয়াৰ পূৰ্বেও ২০১৬ চনত তেওঁক প্ৰদান কৰা হৈছিল ৰাজ্যিক বিজেপিৰ দায়িত্বভাৰ।
- উল্লেখ্য যে, বহু বিতৰ্কৰে সাঙোৰ খাই আছে দিলীপ ঘোষৰ নাম।