মুখ্য-পৃষ্ঠা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ আহ্বানত CABৰ বিৰুদ্ধে চাইকেল ৰেলী… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগঢ়ঃডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ আন্দোলৰ কাৰ্যসূচী অনুসৰি সোমবাৰে অনুষ্ঠিত হয় চাইকেল ৰেলী। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তীব্ৰতৰ হৈছে আন্দোলনৰ কাৰ্যসূচী।

সোমবাৰে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সমগ্র ডিব্ৰুগড় চহৰ ঘূৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে জানিবলৈ দিয়া অনুসৰি সোমবাৰে বিয়লি ভাগলৈ বিক্ষোভ আৰু পোষ্টাৰিঙৰ বৃহৎ কাৰ্যসূচী আৰম্ভ কৰিব।