মুখ্য-পৃষ্ঠা

ধোনীৰ জীয়ৰী জীৱাই শিশু দিৱসত কি কৰিলে? চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ ভিন্ন ঠাইত উলহ-মালহেৰে পালন কৰা হ'ল শিশু দিৱস। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক স্মৰণ কৰা হ'ল সমগ্ৰ দেশজুৰি। যোৱা ১৪ নৱেম্বৰত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিঙ ধোনীৰ একমাত্ৰ জীয়ৰী জীৱাক দেখা গ'ল এখন বিলাসী হোটেলত। কণমানি জীৱাক হোটেলখনত ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙৰ জীয়ৰী হিনায়াৰ সৈতে খেলনা সামগ্ৰীৰে খেলি থকা অৱস্থাত দেখা পোৱা যায়।

জীৱা আৰু হিনায়াই খেলি থকা ভিডিঅ' চেন্নাই ছুপাৰ কিংগছে টুইটাৰত আপলোড কৰিছে। আপলোড কৰাৰ পাছতে ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈছে ভিডিঅটো-