মুখ্য-পৃষ্ঠা

ধেমাজিৰ চিচি বৰগাঁওত দলঙৰ পৰা নদীত পৰিল গাড়ীঃ সন্ধানহীন তিনিগৰাকী যাত্ৰী…

asomiyapratidin
  • ধেমাজিৰ চিচি বৰগাঁও চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ২৫নং ৰাষ্ট্রীয় ঘাইপথৰ গেলোৱা দলঙৰ পৰা নদীত পৰিল বাহন।
  • বাহনখনৰ ভিতৰত আছিল ৫জনকৈ আৰোহী।
  • দুগৰাকী যুৱতীক জীৱন্তে উদ্ধাৰ, এজন উটি যায় পানীত।
  • এগৰাকী কিশোৰীসহ দুজন এতিয়াও পানীৰ তলত।
  • গাড়ীখনৰ সন্ধানত SDRFৰ অভিযান অব্যাহত।
  • পৰিয়ালটো লখিমপুৰ লীলাবাৰীৰ টংকেশ্বৰ কলিতাৰ বুলি জানিব পৰা গৈছে।
  • চিলাপথাৰত বিয়া খাবলৈ আহিছিল পৰিয়ালটো।