মুখ্য-পৃষ্ঠা

ধেমাজিত পথ দুৰ্ঘটনাত এজন নিহত

asomiyapratidin
  • ধেমাজিত পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহী নিহত৷
  • ড্ৰাম্পাৰে মহতিয়ালে লোকজনক৷
  • ড্ৰাম্পা খনৰ নম্বৰ এএছ-২২-চি-৪৯৮০।
  • ধেমাজি তেলিজান তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা৷
  • নিহত লোকজনৰ নাম দীন দত্ত (৫৫)৷
  • দীৰ্ঘদিন ধৰি নলীনাদ বঢ়োৱাৰ কৰ্মৰ লগত জড়িত লোকজন।
  • লোকজন ধেমাজি এৰাঢ়লৰ বুলি জানিব পৰা গৈছে।