মুখ্য-পৃষ্ঠা

দিল্লীত ২৪ঘন্টাত ১৭হাজাৰ ৩৩৫গৰাকী কোৰোনাত আক্ৰান্ত…

asomiyapratidin
  • দিল্লীত বিগত ২৪ঘন্টাত ১৭হাজাৰ ৩৩৫গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা।
  • ৯গৰাকী লোকৰ মৃত্যু হৈছে বিগত ২৪ঘন্টাত।
  • বৰ্তমান প্ৰায় ৪০হাজাৰ ৰোগী চিকিৎসাধীন অৱস্থাত আছে দিল্লীত।
  • দিল্লীত পজিটিভিটিৰ হাৰ ১৭.৭৩শতাংশ