মুখ্য-পৃষ্ঠা

জাতিৰ স্বাৰ্থ! সংসদ ভৱন ঘেৰাও কৰিব দিল্লীৰ শিক্ষাৰ্থীয়ে

asomiyapratidin
  • আজি দিল্লী বিশ্ববিদ্যালয়ৰ সমূহ অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰিব দিল্লীৰ সংসদভৱন।
  • পুৱা ১০.৩০ বজাত এই ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিব বুলি জানিবলৈ দিছে শিক্ষাৰ্থীসকলে।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ এই প্ৰতিবাদ।
  • দিল্লীত বাস কৰা সকলো প্ৰৱাসী অসমীয়াক ওলাই আহিবলৈ আহ্বান জনালে শিক্ষাৰ্থীসকলে।
  • ছ'চিয়েল মিডিয়াযোগে এই আহ্বান কৰিলে শিক্ষাৰ্থীসকলে।