dangor khabar
dangor khabar  
মুখ্য-পৃষ্ঠা

দিল্লী বিমান বন্দৰলৈ ফোনঃ স্পাইছ জেটৰ বিমানত ৰখাই থৈছো বোম...

Asomiya Pratidin
  • দিল্লীৰ পৰা পুনেমুখী বিমানত বোমাতংক।

  • কোনো অজ্ঞাত ব্যক্তিয়ে ফোন কৰি বিমানখনত বোমা থকা বুলি বিমান কৰ্তৃপক্ষক জনাইছিল।

  • দিল্লীৰ পৰা ৬.৩০ বজাত বিমান খন উৰিব লগা আছিল।

  • টেলিফোন কৰাৰ পাছতেই স্পাইছ জেটৰ বিমান খন তন্ন তন্নকৈ নিৰাপত্তাৰক্ষীয়ে পৰীক্ষা কৰে।

  • বিমান খনত কোনো সন্দেহজনক সামগ্ৰী পোৱা নাই নিৰাপত্তাৰক্ষীয়ে।