মুখ্য-পৃষ্ঠা

জে এন ইউৰ ছাত্ৰ একতাৰ সভাপতিক আটক কৰিলে আৰক্ষীয়ে…

asomiyapratidin
  • জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতাৰ সভাপতিক আটক।
  • আৰক্ষীয়ে আটক কৰিলে জে এন ইউৰ ছাত্ৰ একতাৰ সভাপতি এ চি ঘোষক।
  • মাচুল বৃদ্ধিৰ বিৰুদ্ধে সংসদ ভৱনলৈ ওলাইছিল প্ৰতিবাদী মিছিল।
  • কিন্তু আৰক্ষীয়ে বিশ্ববিদ্যালয়ৰ চৌহদৰ সমীপতে তেওঁলোকৰ মিছিল আগবঢ়াত বাধা প্ৰদান কৰিছিল।
  • ইফালে, জে এন ইউৰ ছাত্ৰ একতাৰ প্ৰাক্তন সভাপতি এন সাই বালাজীকো আটক কৰিছে আৰক্ষীয়ে।
  • আনহাতে, শীতকালীন অধিবেশনৰ বাবে সংসদ ভৱনৰ কাষত ১৪৪ ধাৰা জাৰি কৰা হৈছে।