মুখ্য-পৃষ্ঠা

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড, একেটা পৰিয়ালৰ দুজন অগ্নিদগ্ধ

asomiyapratidin
  • দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু দুজন লোকৰ।
  • ইফালে দুজন লোকৰ অৱস্থা সংকটজনক।
  • দিল্লীৰ দেশ বন্ধু গুপ্তা এলেকাৰ বস্তিত এই অগ্নিকাণ্ড।
  • আহত কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ।
  • বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।