বৃহস্পতিবাৰে পুৱা দিল্লীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।দিল্লীৰ বাৱানা ইণ্ডাষ্ট্ৰিয়েল এলেকাত সংঘটিত হয় অগ্নিকাণ্ড।এটা ফেক্টৰীত জুইৰ সূত্ৰপাত হয়।২২খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত।কোনো লোকৰ হতাহতিৰ খবৰ পোৱা হোৱা নাই।