দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড।উত্তম নগৰৰ এখন বস্ত্ৰ বিপণীত সংঘটিত হয় এই অগ্নিকাণ্ড।অগ্নিকাণ্ডত ভস্মীভূত বিপণীখন।ঘটনাস্থলীত ২৫ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপিত কৰে জুই।কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।