মুখ্য-পৃষ্ঠা

ভূমিকম্পই জোঁকাৰি গ’ল দিল্লীসহ উত্তৰ ভাৰতৰ কেইবাখনো চহৰ…

asomiyapratidin
  • দিল্লীৰ লগতে উত্তৰ ভাৰতৰ বহু কেইখন চহৰত অনুভূত হ'ল ভূমিকম্প।
  • ভূমিকম্পৰ কেন্দ্ৰ নেপালৰ ধাৰছুলা বুলি জানিব পৰা গৈছে।
  • সন্ধিয়া প্ৰায় ৭.০১ বজাত অনুভূত হয় এই ভূমিকম্প।
  • ৫.১ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়।