দিল্লী বিজেপিৰ সভাপতি আদেশ গুপ্তাৰ দেহত ধৰা পৰে কোভিড পজিটিভ।টুইটাৰযোগে খোদ এই কথা সদৰী কৰে গুপ্তাই।কোভিড টেষ্টৰ পাছত তেওঁৰ পজিটিভ ধৰা পৰে বুধবাৰে।তেওঁ কোৱাৰেন্টাইনত আছে বুলি টুইটাৰযোগে জনালে গুপ্তাই।