মুখ্য-পৃষ্ঠা

কেতিয়াকৈ হ’ব দিল্লীৰ বিধান সভা নিৰ্বাচনঃ নিৰ্বাচন আয়োগৰ সংবাদমেলৰ আয়োজন…

asomiyapratidin
  • দিল্লীৰ বিধানসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ সংবাদমেলৰ আয়োজন।
  • সোমবাৰে দিনৰ ৩.৩০ বজাত আহ্বান কৰিছে সংবাদমেল।
  • দিল্লীৰ বিধাসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব নিৰ্বাচন আয়োগে।
  • ইয়াৰ উপৰিও নিৰ্বাচনী আচৰণবিধিয়ো জাৰি কৰিব নিৰ্বাচন আয়োগে।