মুখ্য-পৃষ্ঠা

আদিবাসীসকলক জনজাতিকৰণৰ দাবীত ঢেকীয়াজুলিত আছাৰ বিশাল সমদল

asomiyapratidin
  • আদিবাসীসকলক জনজাতিকৰণৰ দাবীত ঢেকীয়াজুলিত আছাৰ বিশাল সমদল।
  • জনজাতিকৰণৰ নামত চৰকাৰে ভেঁকোভাওনা কৰাৰ অভিযোগ।
  • লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ আছাৰ।
  • সমদলত হাজাৰ হাজাৰ  প্ৰতিবাদকাৰীৰ অংশগ্ৰহণ।