মুখ্য-পৃষ্ঠা

ধেমাজিত বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ…

asomiyapratidin
  • প্ৰতিকুল পৰিস্থিতিৰ মাজেতেই মন্ত্ৰী কেশৱ মহন্ত আৰু নৱ কুমাৰ দলেক লগত লৈ বুধবাৰে ধেমাজিৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিলে মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালে ৷
  • বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ মূখ্যমন্ত্ৰীগৰাকীৰ
  • ধাৰাসাৰ বৰষুণৰ মাজতেই অশোক লিলেণ্ড কোম্পানীয়ে আগবঢ়োৱা বান সাহাৰ্য বিতৰণ কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে ৷