দীপলিনা ডেকাক মানসিক হাৰাশাস্তি ! চানমাৰি আৰক্ষীয়ে আটক কৰিলে এজনক...
দীপলিনা ডেকাক মানসিক হাৰাশাস্তি ! চানমাৰি আৰক্ষীয়ে আটক কৰিলে এজনক...  
মুখ্য-পৃষ্ঠা

দীপলিনা ডেকাক মানসিক হাৰাশাস্তি ! চানমাৰি আৰক্ষীয়ে আটক কৰিলে এজনক...

Asomiya Pratidin
  • দীপলিনা ডেকাক মানসিক হাৰাশাস্তি।

  • সংগীত শিল্পীগৰাকীক মানাসিক হাৰাশাস্তি কৰা যুৱক পৰিছে আৰক্ষীৰ জালত।

  • দীপলিনাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে যুৱকজনক।

  • মানসিক হাৰাশাস্তি কৰা যুৱকজনৰ নাম মৃদুল নাথ।

  • চানমাৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।