মুখ্য-পৃষ্ঠা

দীপিকাৰ সৈতে পৰিয়ালৰ সকলোৰে কোভিড পজিটিভ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বলিউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন আক্ৰান্ত হৈছে কোৰোনাত। পিতৃ আক্ৰান্ত হোৱা কেইটামান দিনৰ পিছতে কোৰোনাত আক্ৰান্ত হৈছে অভিনেত্ৰীগৰাকী। উল্লেখ্য যে, পৰিয়ালৰ সৈতে বৰ্তমান অভিনেত্ৰী গৰাকী আছে বেংগালুৰুত। কোভিড পজিটিভ হোৱাৰ পাছতে হোম কোৱাৰেন্টাইনত আছে অভিনেত্ৰী গৰাকী। দীপিকাৰ মাতৃ আৰু ভগ্নীও আক্ৰান্ত হৈছে কোৰোনাত।