মুখ্য-পৃষ্ঠা

কেৰালাৰ ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৪লৈ বৃদ্ধি…

asomiyapratidin
  • কেৰালাৰ ইড্ডুকী জিলাৰ ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি।
  • ৫৪গৰাকীলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা।
  • বুধবাৰে ২গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
  • প্ৰশাসনে সদৰি কৰা মতে, ১৬গৰাকী লোক বৰ্তমানেও সন্ধানহীন হৈ আছে।