মুখ্য-পৃষ্ঠা

১ অক্টোবৰলৈ ন্যায়িক জিম্মাত ৰখা হ’ব কংগ্ৰেছ নেতা ডি কে শিৱাকুমাৰক…

asomiyapratidin
  • কংগ্ৰেছ নেতা ডি কে শিৱাকুমাৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ।
  • দিল্লীৰ ৰৌজি এভেনিউ ক'ৰ্টে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে কংগ্ৰেছ নেতাগৰাকীক।
  • জিম্মাত লোৱাৰ পূৰ্বে তেওঁক চিকিৎসালয়লৈ নিয়াৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে।
  • যদি চিকিৎসকে তেওঁক হাস্পতালত ভৰ্তি কৰাৰ বাবে জনাই তেন্তে তেওঁক ভৰ্তি কৰা হ'ব হাস্পতালত।
  • নহ'লে শিৱাকুমাৰক তিহাৰ জে'ললৈ লৈ যোৱা হ'ব।
  • অহা ১ অক্টোবৰলৈ ন্যায়িক জিম্মাত থাকিব কংগ্ৰেছ নেতাগৰাকী।