মুখ্য-পৃষ্ঠা

বিহাৰত দুষ্কৃতিকাৰীৰ গুলিত নিহত আৰক্ষী বিষয়া

asomiyapratidin
  • বিহাৰৰ খগৰীয়া জিলাত এজন আৰক্ষী বিষয়াৰ মৃত্যু।
  • শুকুৰবাৰে নিশা দু্ষ্কৃতিকাৰীৰ লগত হোৱা গুলীয়াগুলিত মৃত্যু।
  • মৃত আৰক্ষী বিষয়াগৰাকীৰ নাম আশীষ কুমাৰ সিং।
  • গুলীয়াগুলিত আন এজন আৰক্ষীৰ লোকো গুৰুতৰভাৱে আহত।
  • আহত আৰক্ষীৰ লোকজনক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।