মুখ্য-পৃষ্ঠা

আই পি এল-২০২০ৰ পৰা আউট VIVO

asomiyapratidin
  • আই পি এল ২০২০ৰ মুখ্য প্ৰযোজক হিচাপে নাথাকে চীনা কোম্পানী ভিভ'।
  • শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ।
  • শেহতীয়াকৈ ভাৰত-চীনৰ মাজত চলি থকা সংঘাতৰ পৰিণতিতে বুজা পৰাৰ মাজেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চি আইয়ে।
  • এটা বছৰৰ বাবে ভিভ'ৰ সৈতে হোৱা চুক্তি কেন্সেল কৰিছে বি চি চি আইয়ে।
  • উল্লেখ্য যে, ভিভ'ৰ সৈতে প্ৰতি বছৰে ৪৪০কোটি টকাৰ চুক্তি কৰিছিল বি চি চি আইয়ে।
  • ২০২২চনৰ লৈকে আছিল এই চুক্তিৰ ম্যাদ।