- হোমেন বৰগোহাঁঞিৰ কোভিড ৰিজাল্ট নিগেটিভ।
- RTPCR ফলাফল নিগেটিভ আহিছে তেওঁৰ।
- কোভিডৰ সময়ত তেওঁক প্ৰদান কৰা বিভিন্ন ভেকচিনে পাশ্বক্ৰিয়া কৰাৰ কথা কলে চিকিতসকে।
- উল্লেখ্য যে, প্ৰয়াত হোমেন বৰগোহাঞিদেৱৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
- সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী ডা· ৰণোজ পেগুক দায়িত্ব দিয়া হৈছে ৷
- তেওঁ ইতিমধ্যে জিএনআৰচি হাস্পতালত উপস্থিত হৈছে ৷