মুখ্য-পৃষ্ঠা

সৰ্বাধিকঃ বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত ৮,৯০৯গৰাকী…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে। যোৱা মঙলবাৰে দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২লাখৰ ঘৰ অতিক্ৰম কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰণালয়ে সদৰি কৰিছে যে, দেশত বিগত ২৪ঘন্টাত সৰ্বাধিক লোকৰ কোৰোনাত আক্ৰান্ত হৈছে।

বিগত ২৪ ঘন্টাত ভাৰতত বৰ্তমানলৈ সৰ্বাধিক ৮,৯০৯গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে। এই সময়চোৱাত মৃত্যুৰ সংখ্যা হৈছে ২১৭। উল্লেখ্য যে,দেশত বৰ্তমানলৈ সৰ্বমুঠ ৫,৮১৫গৰাকী লোকৰ মৃত্যু হৈছে কোৰোনাত।