মুখ্য-পৃষ্ঠা

নিশাৰ ভিতৰতে দ্ৰুত হাৰত বৃদ্ধি কোৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা, ভাৰতত কিমান লোকৰ দেহত কোৰোনা, পঢ়ক সবিশেষ তথ্য…

asomiyapratidin

সময়ঃ ২৯ মাৰ্চ, ২০২০ৰ পুৱা ৯ বজালৈ।

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৬৬৩,৭৪০জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৩০,৮৭৯জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১০,০২৩জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১২৩,৭৫০জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ২,২২৭জন।
• ইটালীঃ ১০,০২৩জন।
• চীনঃ ৩,৩০০জন।
• স্পেইনঃ ৫,৯৮২জন।
• ইৰাণঃ ২,৫১৭জন।
• ইংলেণ্ডঃ ১০১৯জন।
• ফ্ৰান্সঃ ২,৩১৪জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ১২জন।
• নেপালঃ ০জন।
• ৰাছিয়াঃ ৪জন।
• গ্ৰীচঃ ৩২জন।
• জাপানঃ ৫২জন।
• ভাৰতঃ ২৫জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১০২৯জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-
• কেৰালাতঃ ১৮২
• মহাৰাষ্ট্ৰঃ ১৮৬
• কৰ্ণাটকঃ ৮১
• তেলেংগানাঃ ৬৭
• উত্তৰপ্ৰদেশঃ ৬৫
• গুজৰাটঃ ৫৫
• ৰাজস্থানঃ ৫৪
• তামিলনাডুঃ ৪২
• দিল্লীঃ ৪৯
• পঞ্জাৱঃ ৩৮
• হাৰিয়ানাঃ ৩৫
• মধ্যপ্ৰদেশঃ ৩৯
• জম্মু-কাশ্মীৰঃ ৩৩
• পশ্চিমবংগঃ ১৮
• বিহাৰঃ ১১
• অন্ধ্ৰপ্ৰদেশঃ ১৯
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ৮
• ছত্তীশগড়ঃ ৭
• উত্তৰাখণ্ডঃ ৬
• গোৱাঃ ৩
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১