মুখ্য-পৃষ্ঠা

কোৰোনাৰ ত্ৰাসঃ স্পেইনত মৃত্যু ১৩,৭৯৮ গৰাকী…

asomiyapratidin

সময়ঃ ৭ এপ্ৰিল আবেলি ৪.০০ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৩৫৯,০১০ জন

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৭৫,৯০৬ জন

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১,৫২৩জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ( ৩৬৭,৬৫০জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

আমেৰিকাঃ ১০,৯৪৩জন।
• ইটালীঃ ১৬,৫২৩জন।
• চীনঃ ৩,৩৩১জন।
• স্পেইনঃ ১৩,৭৯৮জন।
• ইৰাণঃ ৩,৮৭২ জন।
• ইংলেণ্ডঃ ৫৩৭৩জন।
• ফ্ৰান্সঃ ৮৯১১জন।
• বাংলাদেশঃ ১৭ জন।
• পাকিস্তানঃ ৫৪জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৫৮জন।
• গ্ৰীচঃ ৭৯জন।
• জাপানঃ ৯২জন।
• ভাৰতঃ ১৩৭জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ৪৯১৭জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ১৩৭জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ২৭
  • মহাৰাষ্ট্ৰঃ ৮৯১
  • কেৰালাঃ ৩২৭
  • তামিলনাডুঃ ৬২১
  • দিল্লীঃ ৫২৫
  • অন্ধ্ৰপ্ৰদেশঃ ৩০৪
  • ৰাজস্থানঃ ৩২৫
  • তেলেংগানাঃ ৩৬৪
  • উত্তৰপ্ৰদেশঃ ৩০৫
  • কৰ্ণাটকঃ ১৭৫
  • মধ্যপ্ৰদেশঃ ২৫৬
  • গুজৰাটঃ ১৬৫
  • জম্মু-কাশ্মীৰঃ ১০৯
  • পঞ্জাৱঃ ৯০
  • হাৰিয়ানাঃ ১৩৩
  • পশ্চিমবংগঃ ৯১
  • বিহাৰঃ ৩২
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ১০
  • উত্তৰাখণ্ডঃ ৩১
  • গোৱাঃ ৭
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ ৪
  • মিজোৰামঃ ১