মুখ্য-পৃষ্ঠা

কোৰোনা ভাইৰাছত আক্ৰান্ত আন এগৰাকী ৰোগীৰ মৃত্যু আহমেদাবাদত…

asomiyapratidin
  • কোৰোনা ভাইৰাছত আক্ৰান্ত এগৰাকী মহিলাৰ মৃত্যু।
  • আহমেদাবাদত মৃত্যু হোৱা মহিলাগৰাকী ভৰ্তি হৈ আছিল চিকিৎসালয়ত।
  • তেওঁৰ দেহত ধৰা পৰিছিল COVID-19।
  • ৮৫ বছৰীয়া মহিলা গৰাকী আহিছিল বিদেশৰ পৰা।
  • ২২ মাৰ্চত তেওঁক ভৰ্তি কৰা হৈছিল আহমেদাবাদৰ চিভিল হাস্পতালত।