মুখ্য-পৃষ্ঠা

ভাৰততে কোৰোনাত আক্ৰান্ত হৈ ৮৪ গৰাকী লোকৰ মৃত্যু, বিশ্বত মৃত্যুৰ সংখ্যা ৫৬,৭৫২লৈ বৃদ্ধি, A 2 Z UPDATES

asomiyapratidin

সময়ঃ ৩ এপ্ৰিল, ২০২০ৰনিশা ১০ বজালৈ।

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,০৬৭,৭৪৮ জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ৫৬,৭৫২জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৪,৬৮১জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২৫৯,৭৫০জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

 • আমেৰিকাঃ ৬,৬০৩জন।
• ইটালীঃ ১৪,৬৮১জন।
• চীনঃ ৩,৩২২জন।
• স্পেইনঃ ১০,৯৩৫জন।
• ইৰাণঃ ৩২৯৪জন।
• ইংলেণ্ডঃ ৩৬০৫জন।
• ফ্ৰান্সঃ ৫৩৮৭জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ৩৯জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৩৪জন।
• গ্ৰীচঃ ৫৯জন।
• জাপানঃ ৬৩জন।
• ভাৰতঃ ৮৪জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৩০৮৫জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৮৪জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ২০
  • মহাৰাষ্ট্ৰঃ ৪৯০
  • কেৰালাঃ ২৯৫
  • তামিলনাডুঃ ৪১১
  • দিল্লীঃ ৩৮৬
  • অন্ধ্ৰপ্ৰদেশঃ ১৬১
  • ৰাজস্থানঃ ১৬৮
  • তেলেংগানাঃ ২২৯
  • উত্তৰপ্ৰদেশঃ ১৭২
  • কৰ্ণাটকঃ ১২৮
  • মধ্যপ্ৰদেশঃ ১২৯
  • গুজৰাটঃ ৯৫
  • জম্মু-কাশ্মীৰঃ ৭৫
  • পঞ্জাৱঃ ৫৩
  • হাৰিয়ানাঃ ৫৮
  • পশ্চিমবংগঃ ৫৩
  • বিহাৰঃ ৩১
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ৯
  • উত্তৰাখণ্ডঃ ১৬
  • গোৱাঃ ৬
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ২
  • মিজোৰামঃ১