মুখ্য-পৃষ্ঠা

২৪ঘন্টাত দেশত ২লাখ ৬৮হাজাৰ লোকৰ দেহত কোৰোনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ অতিপাত গতিত বাঢ়িছে কোৰোনাৰ সংক্ৰমণ। বিগত ২৪ঘন্টাত দেশত ২লাখ ৬৮হাজাৰ ৮৩৩গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। এই সময়চোৱাত ১লাখ ২২হাজাৰ ৬৮৪গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। ইফালে দেশত অমিক্ৰণত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে। দেশত এতিয়ালৈকে ৬,০৪১গৰাকী লোক আক্ৰান্ত হৈছে অমিক্ৰণত। দেশত পজিটিভিটি ৰেট ১৬.৬৬শতাংশলৈ বৃদ্ধি পাইছে।