বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৬১হাজাৰ ৮৭১গৰাকী লোক।মৃত্যু হৈছে ১,০৩৩গৰাকী কোৰোনা ৰোগী।ভাৰতত বৰ্তমান কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ৭৪লাখ ৯৪হাজাৰ ৫৫২গৰাকী।ইয়াৰে প্ৰায় ৬৬লাখ লোক সুস্থ হোৱাৰ লগতে ১লাখ ১৪হাজাৰ লোকৰ মৃত্যু হৈছে।