- বিগত দুটা দিনৰ তুলনাত ভাৰতত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি।
- ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৯৩,৮৯৬গৰাকী লোক।
- মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে ভাৰতত।
- ২৪ঘন্টাত মৃত্যু হৈছে ৬,১৩৮গৰাকী লোক।
- সমগ্ৰ বিশ্বৰ ২২০খন দেশত এতিয়ালৈকে ১৭৫,১৭১,০৩৮গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।
- ভাৰতত আক্ৰান্তৰ সংখ্যা ২৯,১৮২,০৭২গৰাকী।
- বিশ্বৰ ভিতৰতে ভাৰত আছে দ্বিতীয় স্থানত।
- প্ৰথম স্থানত আছে আমেৰিকা।
- ভাৰতত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈ ৩লাখ ৫৯হাজাৰ ৬৯৫গৰাকী লোকে হেৰুৱাইছে প্ৰাণ।