মুখ্য-পৃষ্ঠা

কোৰোনাৰ আপডেটঃ শুকুৰবাৰৰ দিনটোত ৰাজ্যত ২১জনৰ মৃত্যু…

asomiyapratidin
  • অসমত পুনৰ ২৮৬১জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৫৯৯ জন কামৰূপ মেট্ৰ'ৰ।
  • ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩২,০১৩জন ৰোগী।
  • দুখৰ খবৰ যে শুকুৰবাৰৰ দিনটোত ৰাজ্যত ২১জনৰ মৃত্যু।
  • অসমত বৰ্তমান পজিটিভিটী হাৰ ৬.৯৬ শতাংশ।