মুখ্য-পৃষ্ঠা

শুকুৰবাৰে অসমত কোৰোনাত আক্ৰান্ত ২৫০৯গৰাকীৰ বিপৰীতে আৰোগ্য হ’ল ২০৭৪গৰাকী ৰোগী…

asomiyapratidin
  • শুকুৰবাৰে অসমত ২৫০৯গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
  • শুকুৰবাৰৰ দিনটোত ৩৬হাজাৰ ২৭গৰাকী লোকক কৰা হৈছিল কোভিড টেষ্ট।
  • ইয়াপে ৫৪১গৰাকী কামৰূপৰ, লখিমপুৰৰ ২০৭গৰাকী, গোলাঘাটৰ ১৯৭গৰাকী আৰু যোৰহাটৰ ১৬২গৰাকী।
  • ইফালে শুকুৰবাৰৰ দিনটোত ২০৭৪গৰাকী ৰোগী কোৰোনামুক্ত হৈ ঘৰলৈ উভটিছে।
  • এই তথ্য সদৰি কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে।
  • ৰাজ্যত আৰোগ্য হোৱা লোকৰ সংখ্যা হৈছে ১২৩৬৮৪ গৰাকী